Wednesday, May 15, 2013

যোৰহাটৰ দেবীচৰণ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী সকলে এজন মানুহক ৰাজহুৱা স্থানত নিজৰ গোপন অংগ প্ৰদৰ্শন কৰাৰ বাবে মাৰপিট কৰিলে , জানিব পৰা মতে মানুহ্জন মানসিক ভাৰসাম্যহীন | এজন মানসিক ভাবে বিকাৰগ্ৰস্থক আক্ৰমন কৰি কি পালে বাৰু ? অন্য দৃষ্টিৰে যদি কোনো মানসিক ভাবে বিকাৰগ্ৰস্থ মহিলাই তেওঁৰ গোপন অংগ প্ৰদৰ্শন কৰাৰ ববে কিছু যুবকে যদি মাৰধৰ কৰিলে হ্য় , তেতিয়া বাৰু আমাৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ হ’ল হেতেন ?

May 15, 2013 at 04:50PM via Facebook

No comments:

Post a Comment