ABSOLUTE IDIOT
Ramblings of the Absolute Idiot on every whims of his
Wednesday, May 15, 2013
যোৰহাটৰ দেবীচৰণ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী সকলে এজন মানুহক ৰাজহুৱা স্থানত নিজৰ গোপন অংগ প্ৰদৰ্শন কৰাৰ বাবে মাৰপিট কৰিলে , জানিব পৰা মতে মানুহ্জন মানসিক ভাৰসাম্যহীন | এজন মানসিক ভাবে বিকাৰগ্ৰস্থক আক্ৰমন কৰি কি পালে বাৰু ? অন্য দৃষ্টিৰে যদি কোনো মানসিক ভাবে বিকাৰগ্ৰস্থ মহিলাই তেওঁৰ গোপন অংগ প্ৰদৰ্শন কৰাৰ ববে কিছু যুবকে যদি মাৰধৰ কৰিলে হ্য় , তেতিয়া বাৰু আমাৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ হ’ল হেতেন ?
May 15, 2013 at 04:50PM via Facebook
No comments:
Post a Comment
‹
›
Home
View web version
No comments:
Post a Comment